अर्थ : যʼত কোনো পক্ষপাত নাথাকে
उदाहरण :
পক্ষপাতহীন দৃষ্টিভঙ্গী থকাজনেহে সঠিক সিদ্ধান্ত লʼব পাৰে
पर्यायवाची : পক্ষপাতহীন
अर्थ : যি পৰস্পৰ বিৰোধী পক্ষৰ পৰা আঁতৰি থাকে
उदाहरण :
নিৰপেক্ষ নেতাৰ কাৰণেই কেন্দ্রত কোনো দলে চৰকাৰ গঠন কৰিব নোৱাৰিলে আৰু ৰাষ্ট্রপতিৰ শা
पर्यायवाची : উদাসীন, নি্র্দলীয়, নিৰপেক্ষ, পক্ষপাতৰহিত