अर्थ : অনুচিতভাৱে কাৰোবাৰ ধনসম্পত্তি কামত লগোৱা কার্য
उदाहरण :
অপব্যৱহাৰো এক ধৰণৰ পাপ
पर्यायवाची : অপব্যৱহাৰ
अर्थ : অনাহক আৰু অধিক খৰচ
उदाहरण :
অপব্যয়ৰ পৰা আঁতৰি থাকিব লাগে
पर्यायवाची : অতিখৰচী, অপচয়, অপব্যয়, অপব্যৱহাৰ, আধানার্জ্জি