अर्थ : কোনো বস্তু, স্বামীত্ব আদিৰ অনুচিত বা বেয়া ধৰণে কৰা ব্যৱহাৰ
उदाहरण :
আমি নিজৰ অধিকাৰৰ অপব্যৱহাৰ কৰা অনুচিত
अर्थ : অনুচিতভাৱে কাৰোবাৰ ধনসম্পত্তি কামত লগোৱা কার্য
उदाहरण :
অপব্যৱহাৰো এক ধৰণৰ পাপ
पर्यायवाची : অপপ্রয়োগ
अर्थ : অনাহক আৰু অধিক খৰচ
उदाहरण :
অপব্যয়ৰ পৰা আঁতৰি থাকিব লাগে
पर्यायवाची : অতিখৰচী, অপচয়, অপপ্রয়োগ, অপব্যয়, আধানার্জ্জি