सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : চুৰি কৰা
उदाहरण : অপহৃত ধনক তেওঁ গাঁত খান্দি লুকোৱাই থলে
पर्यायवाची : চুৰি
अर्थ : যাৰ অপহৰণ কৰা হৈছে
उदाहरण : নিজৰ বুদ্ধিমত্তাৰ কাৰণে এজন অপহৃত শিশু অপহৰণকাৰীৰ কৱলৰ পৰা পলাই সাৰিল
अर्थ : কাঢ়ি নিয়া
उदाहरण : অপহৃত ধনৰ দ্বাৰা তুমি বেছিদিন সুখ নাপাবা
पर्यायवाची : লুণ্ঠিত
इंस्टॉल करें