सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : কাৰোবাৰ পৰা বলপূর্বকভ্াৱে বা ডকা-হকা দি কোনো বস্তু লোৱা কার্য
उदाहरण : এই পথত ডকাইতে পথিকক ডকাইতি কৰে
पर्यायवाची : ডকাইতি, লুট কৰা, লুট-পাত কৰা
अर्थ : কোনো লোক আদিক বলপূর্বকভ্াৱে উঠাই লৈ যোৱা
उदाहरण : সন্ত্রাসবাদীয়ে কাশ্মীৰৰ এগৰাকী মন্ত্রীৰ জীয়েকক অপহৰণ কৰিলে
पर्यायवाची : হৰণ কৰা, হৰা
इंस्टॉल करें