अर्थ : উদাস হোৱা বা কোনো কামত মন নবহা অৱস্থা
उदाहरण :
তেওঁৰ চেহেৰাত উদাসীনতা প্রকাশ পাইছিল
पर्यायवाची : অন্যমনস্কতা, উদাসী, উদাসীনতা
अर्थ : অপ্রসন্ন হোৱা অৱস্থা বা ভাব
उदाहरण :
আপোনাৰ অসন্তুষ্টিৰ কাৰণটোনো কি ?
पर्यायवाची : অসন্তুষ্টি, অসন্তোষ