पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से অপৰিষ্কৃত शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

অপৰিষ্কৃত   বিশেষণ

अर्थ : যিটো পৰিষ্কৃত নহয় বা যাক পৰিষ্কাৰ কৰা হোৱা নাই

उदाहरण : সাহিত্যত অমার্জিত ভাষাৰ প্রয়োগ কৰা উচিত নহয়

पर्यायवाची : অমার্জিত, অসংস্কৃত

अर्थ : যিটো পৰিষ্কাৰ নহয় বা যʼত কিবা দোষ দেখা পোৱা যায়

उदाहरण : স্কুললৈ লেতেৰা কাপোৰ পিন্ধি যাব নালাগে তেওঁৰ মনটো মলিন হৈ আছে

पर्यायवाची : অনুজ্জ্বল, অপৰিচ্ছন্ন, অপৰিষ্কাৰ, আবিল, কলুষিত, ক্লেদাক্ত, খেহেটা, ঘোলা, নাগলি, নিষ্প্রভ, মলিন, মলিয়ন, লেতেৰ-পেতেৰ, লেতেৰা, লেতেৰা-পেতেৰা

अर्थ : যিটোৰ শোধন কৰা হোৱা নাই

उदाहरण : অশোধিত পানী স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক

पर्यायवाची : অশুদ্ধ, অশোধিত, অসংশোধিত, লেতেৰা

चौपाल