सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : যিজন বিচলিত নহয়
उदाहरण : অবিচলিত লোকে নিজৰ লক্ষ্যত সহজেই উপনীত হয়
पर्यायवाची : অবিচলিত, স্থিৰ
अर्थ : যি সিদ্ধান্ত সলনি নহয়
उदाहरण : পিতামহ ভীষ্মই বিয়া নাপাতো বুলি দৃঢ় প্রতিজ্ঞা কৰিলে তেওঁৰ নিজৰ সিদ্ধান্তত অটল
पर्यायवाची : অটল, একনিষ্ঠ, একাগ্র, দৃঢ়, নিমগ্ন, স্থিৰ
अर्थ : যি নিজৰ ঠাইৰপৰা আঁতৰিব নোৱাৰে বা যাৰ গতি নাই
उदाहरण : পাহাৰ-পর্বত স্থিৰ
पर्यायवाची : অচল, অচৰ, অটল, অলৰ, অলৰ-অচৰ, গতিহীন, থিৰ, দৃঢ়, নিশ্চল, স্থাণু, স্থিতিশীল, স্থিৰ
इंस्टॉल करें