अर्थ : যি গৰাকী মহিলাৰ বিবাহ হোৱা নাই
उदाहरण :
মাক-দেউতাকক অবিবাহিত মহিলাৰ বিয়াৰ চিন্তাই মনোকষ্ট দিয়ে
पर्यायवाची : অবিবাহিত মহিলা, কুমাৰী
अर्थ : যিজন পুৰুষ বিবাহিত নহয়
उदाहरण :
এই পদটোত কেৱল অবিবাহিত পুৰুষেহে আবেদন কৰিব পাৰিব
पर्यायवाची : অবিবাহিত পুৰুষ