अर्थ : উপল্্ব্ধ নোহোৱা অৱস্থা বা ভাব
उदाहरण :
আজি এখন ভাল অভিধানৰ অভাৱ অনুভৱ হৈছে
पर्यायवाची : অনুপল্্ব্ধতা, উপল্্ব্ধতাহীন
अर्थ : কমি যোৱা অৱস্থা বা ভাব
उदाहरण :
সময় কম হোৱা কাৰণে মই তালৈ যাব নোৱাৰিলো
पर्यायवाची : অকুলন, অপর্যাপ্ততা, অপর্যাপ্তি, অপ্রতুলতা, অপ্রাচুর্য্য, অল্পতা, অল্পত্ব, কম, চুটা, টুটনি, নাটনি, ন্যূনতা, সামান্যতা, স্বপ্লতা, স্বপ্লত্ব