पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से অভিযোগ शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

অভিযোগ   বিশেষ্য

अर्थ : কাৰোবাৰ ওপৰত অপৰাধৰ অভিযোগ, দোষ বা আৰোপ লগোৱা কার্য

उदाहरण : তেওঁ নিজৰ অভিযোগ প্রমাণ কৰিব নোৱাৰিলে

पर्यायवाची : আৰোপ, গোচৰ

अर्थ : এওঁ এইদৰে কৰিছে বুলি কাৰোবাৰ বিষয়ে কোৱা:দুর্নীতিৰ অভিযোগত তেওঁক নিলম্বিত কৰা হৈছে

उदाहरण :

पर्यायवाची : অনুযোগ, দোষাৰোপ, দোষাৰোপন, দোষী, নালিছ

अर्थ : দোষমুক্তিৰ বাবে বা ক্ষতিপূৰণৰ নিমিত্তে ন্যায়ালয়ত কৰা প্রার্থন্া

उदाहरण : অনুসন্ধানৰ অন্তত গম পোৱা গʼল যে তেওঁৰ ওপৰত লগোৱা অভিযোগটো মিছা

पर्यायवाची : অনুযোগ, দায়ীকৰা-, দোষ, দোষাৰোপ, দোষাৰোপণ, দোষীকৰা-, নালিছ

अर्थ : কাৰোবাৰ ব্যৱহাৰ, কার্য আদিত দুখী হৈ তেওঁৰ ্ বা তেওঁৰ সম্বন্ধীয় কোনোলোকক উদয় হোৱা দুখৰ বিষয়ে কোৱা কার্য

उदाहरण : মোৰ আপোনাৰ ওচৰত কোনো আপত্তি নাই, এতিয়া আপুনি যাব পাৰে

पर्यायवाची : আপত্তি, ওজৰ, ওজৰ-আপত্তি

অভিযোগ   বিশেষণ

अर्थ : অভিযোগেৰে ভৰা বা অভিযোগৰ সৈতে যুক্ত

उदाहरण : তেওঁ ্ৰাষ্ট্রপতিলৈ এখন অভিযোগ পত্র লিখিলে

पर्यायवाची : অপবাদযুক্ত

चौपाल