पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से অর্থ शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

অর্থ   বিশেষ্য

अर्थ : যাৰ প্রভাৱ বা ফলস্বৰূপে কোনো কাম হয়

उदाहरण : এই কাজিয়াখনৰ কাৰণ কি ্ধোঁৱা জুইৰ কাৰণে ওলায়

पर्यायवाची : কাৰক, কাৰণ, নিমিত্ত, মূল, হেতু

अर्थ : সোণ-ৰূপ বা অন্য মূল্যবান সম্পদ আদি:ধনৰ সদ্-ব্যৱহাৰ কৰিব লাগে

उदाहरण :

पर्यायवाची : অর্থ-কড়ি, টকা-কড়ি, টকা-সিকা, দৌলত, ধন, ধন-দৌলত, ধন-বিত, ধন-সম্পত্তি, ধন-সোণ, বিত, বিত্ত, বৈভৱ, লক্ষ্মী, ্ ঐশ্বর্য, ্ ঐশ্বর্য-বিভূতি, ্ টকা-পইচা

अर्थ : কোনো শ্্ব্দ, পদ বা বাক্য আদিৰ পৰা ওলোৱা অভিধা অর্থ ্যাৰ বোধ জন্মাবৰ কাৰণে কোনো শ্্ব্দ বা পদ মানুহৰ মাজত প্রচলিত হয়

उदाहरण : কেতিয়াবা কেতিয়াবা সুৰদাসৰ পদৰ অর্থ উলিওৱা জটিল হৈ পৰে

पर्यायवाची : মতলব, ্তাৎপর্য, ্ভাব

चौपाल