सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : যাৰ অর্থ আছে
उदाहरण : আপোনাৰ অর্থযুক্ত কথাই সকলোকে ভবাই তুলিলে
पर्यायवाची : অর্থযুক্ত, ্সার্থক
अर्थ : যাৰ কোনো বিশেষ মহত্ত্ব আছে বা যাৰ উপযোগিতা আদি গ্রহণযোগ্য আৰু যাৰ আন কথাৰ ওপৰত প্রভাৱ পৰে
उदाहरण : আজিৰ আলোচনা সভাত সমাজৰ বিকাশ সম্বন্ধীয় গুৰুত্বপূর্ণ বিষয়ত আলোচনা কৰা হৈছে
पर्यायवाची : গুৰুত্বপূর্ণ, মহত্ত্বপূর্ণ
इंस्टॉल करें