पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से অলংকাৰ शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

অলংকাৰ   বিশেষ্য

अर्थ : মানুহৰ দ্বাৰা নির্মিত শোভাবর্ধক বস্তু

उदाहरण : প্রত্যেক নাৰীয়েই অলংকাৰ ভাল পায়

पर्यायवाची : অলঙ্কাৰ, আভূষণ, আভৰণ, গহনা

अर्थ : সাহিত্যত বর্ণ্্না কৰাৰ সেই ৰীতি যাৰ দ্বাৰা চমৎকাৰিত্ব আৰু ৰোচকতা আহে

उदाहरण : বিশেষভাৱে অলংকাৰ দুই প্রকাৰৰ, শ্্ব্দালংকাৰ আৰু অর্থালংকাৰ

चौपाल