पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से অলপ-ধতুৱা शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

অলপ-ধতুৱা   বিশেষ্য

अर्थ : যি ব্যক্তি ভয়াতুৰ

उदाहरण : বীৰ পুৰুষ জীৱনত এবাৰ মৰে কিন্তু কাপুৰুষ জীৱনত বাৰে-বাৰে মৰে

पर्यायवाची : অমানুহ, কাপুৰুষ, ভীৰু, ভীৰু পুৰুষ

অলপ-ধতুৱা   বিশেষণ

अर्थ : যিজনৰ মন ভয়ভাৱেৰে পূর্ণ ্ অথবা যিলোকৰ কোনো কাম আদি কৰিবলৈ লʼলে মনত ভয় উপজে:ভয়াতুৰ মানুহে জীৱনত বাৰে-বাৰে হাৰ মানিব লগীয়া হয়

उदाहरण :

पर्यायवाची : অসাহসিক, আতঙ্কগ্রস্ত, আতঙ্কিত, উচপিচীয়া, চকিত, ত্রস্ত, ত্রাসিত, ভীত, ভয়গ্রস্ত, ভয়াতুৰ, ভয়ার্ত্ত, ভয়াল, সন্ত্রস্ত, সন্ত্রাসিত

अर्थ : যি ভয় খাইছে

उदाहरण : অন্যায়ৰ দ্বাৰা ভীত নহৈ তাৰ বিৰুদ্ধে যুঁজিব লাগে

पर्यायवाची : আতংকিত, ত্রস্ত, ত্রাসান্বিত, ভীত, ভীতি-বিহ্বল, ভয়গ্রস্ত, ভয়ত্রস্ত, ভয়াতুৰ, ভয়ার্ত, ভয়াল, শংকিত, শঙ্কিত, সশংকিত, ্ত্রাসিত

चौपाल