सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : যিটো দৃঢ় নহয়
उदाहरण : থুনুকা বস্তু সহজে ভাগে
पर्यायवाची : অদৃঢ়, চনকা, চনচনীয়া, ঠনঠনীয়া, ঠুনুকা, ভংগুৰ
अर्थ : যাৰ ক্ষমতা বা শক্তি নাই
उदाहरण : বয়স হোৱাৰ লগে-লগে মানুহ শক্তিহীন হৈ পৰে যুঁজি-যুঁজি ্তেওঁ অক্ষম হৈ পৰিল
पर्यायवाची : অক্ষম, অথাৱৰ, অথৰ, ক্ষমতাহীন, ক্ষীণ শক্তি, ক্ষীণবল, বলহীন, শক্তিহীন, হতবল, হীনবল, ্অপার্থক, ্অসমর্থ
इंस्टॉल करें