सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : সাতৰ লগত এক যোগ কৰিলে পোৱা সংখ্যা
उदाहरण : চাৰি আৰু চাৰি মিলি আঠ হয়
पर्यायवाची : আঠ, ৮
अर्थ : সপ্তম শ্রেণীৰ ওপৰৰ শ্রেণী
उदाहरण : গণেশে অষ্টম শ্রেণীত পঢ়ে
पर्यायवाची : অষ্টম শ্রেণী
अर्थ : গণনাত আঠ নম্বৰৰ স্থানত অহা
उदाहरण : আজি আমাৰ অষ্টম কাকত আছে
पर्यायवाची : ৮ম
अर्थ : গণনাৰ হিচাপত আঠ নম্বৰ স্থানত উপনীত হোৱা এক অৱস্থা
उदाहरण : শস্যৰ অষ্টম বস্তাটো ফাটি থাকিল
इंस्टॉल करें