अर्थ : অষ্ট্রিয়াৰ নিবাসী
उदाहरण :
এজন অষ্ট্রিয়ান প্রতিবছৰে ইয়ালৈ আহে
पर्यायवाची : অষ্ট্রিয়া বাসী, অষ্ট্রিয়া-বাসী, অষ্ট্রিয়াবাসী
अर्थ : অষ্ট্রিয়াৰ লোকসকলৰ ভাষা
उदाहरण :
অষ্ট্রিয়ান শিকিবলৈ কি কৰিব লাগিব?
पर्यायवाची : অষ্ট্রিয়ান ভাষা
अर्थ : অষ্ট্রিয়ান ভাষাৰ বা অষ্ট্রিয়ান ভাষা সম্বন্ধী
उदाहरण :
তেওঁ অষ্ট্রিয়ান সংবাদ পত্র লুটিয়াই আছে
अर्थ : অষ্ট্রিয়াৰ বা অষ্ট্রিয়া সম্বন্ধী
उदाहरण :
চৰকাৰে অষ্ট্রিয়ান ব্যৱসায়ক উদগনি দিছে