सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : যিটো সমতল নহয়
उदाहरण : তেওঁ খেতি কৰিবৰ কাৰণে ওখোৰা-মোখোৰা মাটিখিনি সমান কৰি আছে
पर्यायवाची : অসমতল, উখ-চাপৰ, ওখোৰা-মোখোৰা
अर्थ : যাৰ উপৰিভাগ ঠায়ে ঠায়ে ওখ-চাপৰ
उदाहरण : বাঢ়ৈয়ে খহটা পাটখনক ৰাণ্ডা মাৰি মিহি কৰিছে
पर्यायवाची : খহটা, ৰুক্ষ
इंस्टॉल करें