सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : যাৰ ক্রিয়া বা প্রচেষ্টা স্তব্ধ হৈ আছে
उदाहरण : ৰোগীজন নিষ্ক্রিয় অৱস্থাত বিচনাত পৰি আছে
पर्यायवाची : নিষ্ক্রিয়, সুপ্ত
अर्थ : যিটো ৰুচিপূর্ণ নহয়
उदाहरण : এইটো আপোনাৰ কাৰণে অৰুচিকৰ কাহিনী হৈছে যদিও মই ইয়াত আনন্দ পাইছোঁ
पर्यायवाची : অৰুচিকৰ, নীৰস, ৰসহীন, ৰুচিহীন
इंस्टॉल करें