अर्थ : যিজন ব্যক্তিৰ হাতত অস্ত্র নাই
उदाहरण :
নিৰস্ত্রৰ ওপৰত প্রহাৰ কৰাটো কʼৰ ন্যায়?
पर्यायवाची : নিৰস্ত্র
अर्थ : হাথিয়াৰ বা অস্ত্র নোহোৱাকৈ
उदाहरण :
অর্জুনে অস্ত্রহীন ্কর্ণকৰ ওপৰত প্রহাৰ কৰিলে
पर्यायवाची : অস্ত্রবিহীন
अर्थ : যাৰ হাতত কোনো অস্ত্র নাই
उदाहरण :
যুদ্ধত অস্ত্রহীন যোদ্ধাক আঘাত কৰা অধর্ম
पर्यायवाची : নিৰস্ত্র