सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : যিটো স্বীকৃত নহয় বা স্বীকাৰ কৰা হোৱা নাই
उदाहरण : চৰকাৰে শ্রমিকসকলৰ দাবী খাৰিজ কৰিলে
पर्यायवाची : অননুমোদিত, খাৰিজ, নামঞ্জুৰ, প্রত্যাখ্যাত
अर्थ : যাৰ অনুমতি দিয়া হোৱা নাই
उदाहरण : পাঠশালাৰ পৰা বনভোজলৈ যোৱাৰ অননুমোদিত ্আঁচনিখন সফল হʼল
पर्यायवाची : অননুমোদিত, অসমর্থিত
अर्थ : যিয়ে সহমত পোৱা নাই
उदाहरण : এতিয়াও চৰকাৰে এই আঁচনিখন নামঞ্জুৰ কৰিলে
पर्यायवाची : অসন্মতি, নামঞ্জুৰ, সহমতহীন
अर्थ : যিটো অনুমোদন কৰা হোৱা নাই
उदाहरण : অগৃহীত বিধেয়কখনৰ পুনৰ পর্যালোচনা অহা বৈঠকত হʼব
पर्यायवाची : অগৃহীত, অননুমোদিত
इंस्टॉल करें