अर्थ : যাৰ বুদ্ধি নাই বা কম
उदाहरण :
সমাজত মূর্খৰ ্ অভাৱ নাই
पर्यायवाची : অজগৌ, অজমূর্খ, অজ্ঞ, অজ্ঞানী, অবুদ্ধি, আওগৰু, আজান, গমা-গৰু, গাধা, গো-মুর্খ, গোট গৰু, গোটকাঠ, গোমার্গা, গৰু, দগধা, নির্বোধ, বুদ্ধিশূন্য, বুদ্ধিহীন, ভোদা, মহামূর্খ, মূঢ়, মূঢ়মতি, মূর্খ, মূর্খ ্লোক, মূৰুখ, মূৰুখমতি, স্থূলবুদ্ধি, হতবুদ্ধি, ্জধামূর্খ
अर्थ : মূর্খ ্ হোৱা অৱস্থা
उदाहरण :
আনৰ মূর্খত্া চাই নাহাঁহিবা
पर्यायवाची : অজগৌ, অজ্্গৌ, অহম্মকতা, নির্বুদ্ধিতা, নির্ব্বোধতা, বুদ্ধিশূন্যতা, বুদ্ধিহীনতা, মূঢ়তা, মূর্খত্া, মূর্খামি, মূর্খালি, মূৰুখতা, মূৰুখমতিতা