पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से অৰুচিকৰ शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

অৰুচিকৰ   বিশেষণ

अर्थ : যিটো ৰুচিকৰ নহয়

उदाहरण : অৰুচিকৰ কাম কৰা উচিত নহয়

पर्यायवाची : অপ্রিয়, অপ্রীতিকৰ

अर्थ : যিটো ৰুচিপূর্ণ নহয়

उदाहरण : এইটো আপোনাৰ কাৰণে অৰুচিকৰ কাহিনী হৈছে যদিও মই ইয়াত আনন্দ পাইছোঁ

पर्यायवाची : অসাৰ, নীৰস, ৰসহীন, ৰুচিহীন

अर्थ : যিটোক খাবলৈ ইচ্ছা নাথাকে

उदाहरण : অৰুচিকৰ হʼলেও কিছুমান পুষ্টিকৰ খাদ্য খাব লাগে

पर्यायवाची : উপাদেয় নোহোৱা, জিভাত নলগা, জুতি নলগা, মুখত নলগা, সোৱাদ নলগা

चौपाल