अर्थ : ওপৰৰ পৰা তলৰ ফালে অনা কার্য
उदाहरण :
কুঁৱলীৰ কাৰণে উৰাজাহাজ অৱতৰণত অসুবিধা হৈছে
पर्यायवाची : নমোৱা
अर्थ : কোনো বিমান বন্দৰত উৰাজাহাজ নমা এক কার্য
उदाहरण :
লʼৰা-ছোৱালীবোৰে ঘৰৰ ছাদৰ পৰা উৰাজাহাজৰ অৱতৰণ চাই আছিল