सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : তলমূৰ কৰি থকা
उदाहरण : ফলেৰ অৱনত হৈ থকা ডালবোৰ মাটিত লাগি আছে
पर्यायवाची : নত
अर्थ : আগৰ ফালে হাউলি থকা
उदाहरण : অৱনত শাখাবোৰ কাটি দিয়াই ভাল হʼব
अर्थ : যি তলমূৰ কৰি আছে
उदाहरण : ফল লগাৰ সময়ত গছবোৰ অধোনমিত হয়
पर्यायवाची : অধোগত, অধোগামী, অধোনমিত, অধোমুখী, অৱনমিত, নিম্নগত, নিম্নগামী
अर्थ : যিটোৰ অৱনতি ঘটিছে বা যাৰ ব্যৱহাৰ ভাল নহয়
उदाहरण : অধঃপতিত লোকে সমাজক ৰসাতললৈ নিয়ে
पर्यायवाची : অধঃপতিত, অধোগত, অৱনমিত, পতিত
अर्थ : যাৰ দৰ বা ভাও কমি গৈছে
उदाहरण : বজাৰলৈ নতুন নতুন উৎপাদিত বস্তু অহাৰ কাৰণে প্রত্যেক বস্তুৰ দাম কমি গৈছে
पर्यायवाची : কম, মন্দা
इंस्टॉल करें