सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : যি তলমূৰ কৰি আছে
उदाहरण : ফল লগাৰ সময়ত গছবোৰ অধোনমিত হয়
पर्यायवाची : অধোগত, অধোগামী, অধোনমিত, অধোমুখী, অৱনত, নিম্নগত, নিম্নগামী
अर्थ : যিটোৰ অৱনতি ঘটিছে বা যাৰ ব্যৱহাৰ ভাল নহয়
उदाहरण : অধঃপতিত লোকে সমাজক ৰসাতললৈ নিয়ে
पर्यायवाची : অধঃপতিত, অধোগত, অৱনত, পতিত
अर्थ : যি নমিত নহয়
उदाहरण : বন্দী অৱস্থাতো পুৰুৱে আলেকজেণ্ডাৰৰ ওচৰত শিৰ অৱনমিত নকৰিলে
इंस्टॉल करें