पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से অৱয়ববিহীন शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

অৱয়ববিহীন   বিশেষণ

अर्थ : যাৰ কোনো আকাৰ নাই

उदाहरण : সন্ত কবীৰ নিৰাকাৰ ঈশ্বৰৰ উপাসক আছিল

पर्यायवाची : অৱয়বহীন, আকাৰবিহীন, আকাৰহীন, নিৰাকাৰ, নিৰাকৃতি, নৈৰাকাৰ, মূর্তিহীন

अर्थ : যাৰ শৰীৰ নাই

उदाहरण : ভূত-প্রেতক অশৰীৰী হিচাপে গণ্য কৰা হয়

पर्यायवाची : অকায়, অতনু, অশৰীৰ, অশৰীৰী, অৱয়বহীন, কায়াশূন্য, কায়াহীন, দেহবিহীন, দেহশূন্য, দেহহীন, নিৰৱয়ব, বিদেহ, বিদেহী, শৰীৰবিহীন, শৰীৰহীন

चौपाल