अर्थ : মানুহৰ আচাৰ-ব্যৱহাৰ নিয়ন্ত্রণৰ কাৰণে দেশৰ প্রশাসনে ঠিক কৰি দিয়া বিধি-বিধান, যাক পালন কৰাটো সকলোৰে কাৰণে বাধ্যতামূলক আৰু ইয়াক উলংঘা কৰিলে দণ্ড বিহা হয়
उदाहरण :
আইন বিৰোধী যিকোনো কামে আপোনাক সংকটত পেলাব পাৰে
पर्यायवाची :
অধিনিয়ম, আইন-কানুন, কানুন, বিধান, বিধি