अर्थ : কোনো কথা মনত ৰাখিবৰ কাৰণে বাৰে-বাৰে কোৱা বা পঢ়া
उदाहरण :
লʼৰা-ছোৱালীবোৰে নেওঁ্তা আওৰাই আছে
अर्थ : কোনো কথা বা কাম দ্বিতীয় বাৰ কোৱা বা কৰা
उदाहरण :
আমাৰ শিক্ষাগুৰুৱে কঠিন পাঠবোৰৰ সদায় পুনৰাবৃত্তি কৰে
पर्यायवाची : দোহৰা, পুনৰাবৃত্তি কৰা