सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : সঠিক বা উপযুক্ত নোহোৱা সময়
उदाहरण : তেওঁ ধৈর্য ধৰি জীৱনলে অহা আকালৰ সন্মুখীন হʼল
पर्यायवाची : দুঃসময়
अर्थ : খাবলৈ নাপায় ভোকত মৰাৰ দৰে হোৱা অৱস্থা
उदाहरण : অকস্মাৎ অহা বিপদৰ কাৰণে বহুতো গঞা দুর্ভিক্ষৰ কৱলত পৰিল
पर्यायवाची : অনাটন, অন্নকষ্ট, অন্নাভাৱ, খাদ্যাভাৱ, দুর্ভিক্ষ
अर्थ : খাদ্য সামগ্রীৰ নাটনি হোৱা সময়
उदाहरण : আকাল দূৰীকৰণৰ বাবে চৰকাৰে এখন নতুন আঁচনি প্রস্তুত কৰিছে
पर्यायवाची : অন্নকষ্ট, অন্নাভাৱ, খাদ্যাভাৱ, দুর্ভিক্ষ
इंस्टॉल करें