सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : কাল, ঘটনা, স্থিতি আদিৰ ক্রমিক বিচাৰত আগত বা পূর্বত
उदाहरण : তেওঁৰ ঘৰতো পোৱাৰ আগতে এটা পুল পোৱা যায়
पर्यायवाची : আগে আগে
अर्थ : নি্র্ধাৰিত সময়তকৈ আগৰ
उदाहरण : মই তেওঁক ্ আগৰে পৰা জানো
पर्यायवाची : অতীজৰে পৰা, আগৰে পৰা, ইতিপূর্বে, ইয়াৰ আগতে, পূর্বতঃ, পূর্বে, পূর্ৱতে
अर्थ : পাৰ হৈ যোৱা সময়তে:অতীততে হৈ যোৱা ঘটনা মনত পেলাই তেওঁ কান্দিবলৈ ধৰিলে
उदाहरण :
पर्यायवाची : অতীজতে, অতীততে, গত কালৰ, বিগত সময়ৰ
इंस्टॉल करें