सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : আঙুলিত পিন্ধা এবিধ ঘূৰণীয়া আকাৰৰ অলংকাৰ
उदाहरण : শ্যামে সোঁহাতৰ পাঁচোটা আঙুলিতে আঙঠি পিন্ধিছে
पर्यायवाची : আঙঠি, আঙ্গঠি, আঙ্গুষ্ঠি, আঙ্গুৰী
अर्थ : শিকলিৰ ৰচীৰ এক অংশ
उदाहरण : শিকলিৰ আঙুঠি চিগি বলদটোৱে খেতিৰ ফালে দৌৰিলে
पर्यायवाची : খাৰু
इंस्टॉल करें