पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से আচৰণ शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

আচৰণ   বিশেষ্য

अर्थ : সামাজিক সম্বন্ধত বেলেগৰ লগত কৰা আচাৰ

उदाहरण : তেওঁৰ ব্যৱহাৰ ভাল নহয়

पर्यायवाची : আলেখ-লেখ, গতি-গোত্র, গতি-বিধি, গতি-মতি, চলন-ফুৰণ, চাল-চলন, ধৰণ-কৰণ, ব্যৱহাৰ, মতি-বুদ্ধি, স্বভাৱ, স্বভাৱ-চৰিত্র, হাব-ভাব, ৰেহ-ৰূপ

अर्थ : মনৰ ভাব প্রকটিত হোৱা শৰীৰৰ এক স্থিতি

उदाहरण : সহযাত্রীৰ আচৰণ দেখি আমি সচকিত হৈ পৰিলোঁ

पर्यायवाची : ধৰণ-কৰণ, ব্যৱহাৰ

अर्थ : দৈনন্দিন জীৱনত কৰা কার্য ্ বা ব্যৱহাৰ

उदाहरण : সকলোৱে তেওঁৰ চৰিত্রৰ প্রশংসা কৰে

पर्यायवाची : আচাৰ, আচাৰ-আচৰণ, আচাৰ-ব্যৱহাৰ, চাল-চলন, চৰিত্র, ঢং, স্বভাৱ, স্বভাৱ-চৰিত্র

चौपाल