अर्थ : এবিধ আলতীয়া ধৰণৰ তৰল পদার্থ ্যাৰ সহায়ত কোনো বস্তু বেৰ আদিত লগোৱা হয়
उदाहरण :
তেওঁ ্আঠাৰে নিজৰ ফাটিযোৱা কিতাপৰ পৃষ্ঠাবোৰ লগাই আছে
अर्थ : ঔষধি গছৰ ছাল আদিৰ পৰা ওলোৱা আঠাজাতীয় ৰস
उदाहरण :
কাগজ আদি লগোৱা কামত আঠা ব্যৱহাৰ হয়
पर्यायवाची : এঠা