सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : লেকেটীয়া বস্তুৰে কোনো ঠাইৰ ওপৰত বস্তু লগোৱা কার্য
उदाहरण : তেওঁ ছবিবোৰ বেৰত লগালে
पर्यायवाची : লগা, লেও দিয়া
अर्थ : দুটা বস্তু এক কৰিবলৈ পৰস্পৰৰ পিঠি বা তল লগ লগোৱা
उदाहरण : শিশুটোৱে ভয় খাই মাকৰ কোলাত লিপিট খাই ধৰিলে শল্য চিকিৎসাৰ দ্বাৰা তেওঁৰ ্ কটা আঙুলিটো লগ লাগিল
पर्यायवाची : লগ লগা, লাগি ধৰা, লিপিট খোৱা, সাবটি ধৰা
इंस्टॉल करें