अर्थ : কোনোৱে নিজে লিখা জীৱনচৰিত্র
उदाहरण :
গান্ধীজীৰ আত্মজীৱনী পঢ়ি মই বহুত প্রভাৱিত হৈছিলোঁ
पर्यायवाची : আত্মগাঁথা আত্মচৰিত্র, আত্মজীৱনী
अर्थ : নিজৰ বিষয়ে নিজে কোৱা কথা
उदाहरण :
মহাত্মা গান্ধীৰ আত্মকথা শুনি ্তেওঁৰ শিষ্যসকল প্রভাৱিত হʼল
पर्यायवाची : আত্মকথন