सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : যি স্বার্থৰে ভৰা বা নিজৰ মতলব ৰ কথা ভাবে
उदाहरण : আজিৰ সমাজ স্বার্থপৰেৰে ভৰি আছে
पर्यायवाची : মতলবী, স্বার্থপৰ
अर्थ : যি স্বার্থৰে পৰিপূর্ণ ্ বা যি নিজৰ প্রয়োজন আদায় কৰি লয়
उदाहरण : স্বার্থপৰ ্ মানুহৰ পৰা আঁতৰি থাকিব লাগে
पर्यायवाची : আত্মগ্রাহী, আত্মপৰায়ণ, আত্মসর্ব্বস্ব, স্বার্থপৰ, স্বার্থান্বেষী, ্স্বার্থপ্রণোদিত, ্স্বার্থপৰ্ায়ণ
इंस्टॉल करें