पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से আত্মীয় शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

আত্মীয়   বিশেষ্য

अर्थ : নিজ কুলৰ লোক

उदाहरण : আত্মীয়ৰ কল্যাণৰ ভাবেৰে কাম কৰিলে সমাজৰ মংগল নহয়

पर्यायवाची : কুটুম, কুটুম্ব, পৰিজন

अर्थ : যাৰ আপোন লোকৰ সৈতে সম্বন্ধ বা সম্পর্ক আছে

उदाहरण : আত্মীয়ৰ আগত কি লুকুৱাবা, আপুনিটো সকলো খবৰ জানে

पर्यायवाची : আত্মীয়-স্বজন, আপোন

अर्थ : একেখন ঘৰৰে মানুহ

उदाहरण : মোৰ পৰিয়ালৰ সকলোৱে একেলগে বহি খোৱা-বোৱা কৰে

पर्यायवाची : ঘৰ, পৰিজন, পৰিবাৰ, পৰিয়াল

আত্মীয়   বিশেষণ

अर्थ : আপোনজনৰ সৈতে সম্বন্ধিত বা আপোনজনৰ

उदाहरण : এইটো আমাৰ আত্মীয়ৰ মাজৰ বিষয়

पर्यायवाची : নিজৰ

अर्थ : যি সম্বন্ধত নিজৰ কূলৰ অথবা পৰিয়ালৰ হয়

उदाहरण : মনোহৰজী মোৰ আপোন খুৰা

पर्यायवाची : আপোন, পৰিজন, স্বজন

चौपाल