अर्थ : আফগানিস্তানত বাস কৰাসকল
उदाहरण :
ভাৰতীয় সীমা সুৰক্ষাকাৰীসকলে কিছুমান আফগানী লোকক সীমা পাৰ কৰোতে ধৰিলে
पर्यायवाची : আফগান
अर्थ : আফগানিস্তান সম্বন্ধীয় বা আফগানিস্তানৰ
उदाहरण :
আফগানী পাঠান প্রায়েই মেৱা বেচিবলৈ আহিছিল