अर्थ : আফুগছৰ আঠাৰ তিতাসোৱাদৰ নিচাযুক্ত বিষাক্ত অংশ
उदाहरण :
সুৰেশৰ আফিং নোখোৱালৈকে টোপনি নাহে
पर्यायवाची : আফু
अर्थ : আফিং সম্বন্ধীয় বা আফিঙৰ
उदाहरण :
মুস্তাখে আফিং ব্যৱসায়ত হাত দিব বিচৰা নাই
पर्यायवाची : আফিঙযুক্ত