अर्थ : পোস্তা বা আফুগছৰ দানা
उदाहरण :
আফুগুটিৰ ব্যৱহাৰ মছলা হিছাপে কৰা হয়
पर्यायवाची : আফুগুটি, পোস্তা, পোস্তাদানা
अर्थ : আফুগছৰ আঠাৰ তিতাসোৱাদৰ নিচাযুক্ত বিষাক্ত অংশ
उदाहरण :
সুৰেশৰ আফিং নোখোৱালৈকে টোপনি নাহে
पर्यायवाची : আফিং