सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : ঘৰ,ভৱন আদি সজাৰ পূর্বে ্তাৰ ভূমিৰ ওপৰত সাজিবলৈ লোৱা বেৰ, কোঠা আদি ৰেখাৰ সহায়ত অংকন কৰা চিত্র বিশেষ
उदाहरण : দেউতাই এই ঘৰটোৰ নক্সা নিজেই তৈয়াৰ কৰি লৈছে
पर्यायवाची : নক্সা
अर्थ : কোনো আদর্শস্বৰূপ ব্যক্তি বা কার্য, ্যাক অনুকৰণ কৰাটো নৈতিকতাৰ ভিতৰত ধৰা হয়
उदाहरण : ভগৱান ৰামৰ কার্য আধুনিক যুগৰ মানুহৰ কাৰণে এটা ভাল উদাহৰণ
पर्यायवाची : উদাহৰণ, দৃষ্টান্ত, নজিৰ, নমুনা, নিদ্্র্শন
अर्थ : কোনো বস্তু সজা বা কোনো কাম আদি কৰাৰ আগতে তৈয়াৰ কৰি লোৱা তাৰ এক ৰূপ
उदाहरण : নতুন মেচিনৰ আর্হি তৈয়াৰ কৰা হৈ গৈছে
पर्यायवाची : নমুনা, মডেল
अर्थ : যিটো দেখি বা সেই অনুসৰি কিবা কৰা বা বনোৱা হয়
उदाहरण : বৈজ্ঞানিকসকলে চৰাইৰ নমুনা চাই উৰাজাহাজৰ নি্র্মাণ কৰিছিল
पर्यायवाची : ডিজাইন, নমুনা
इंस्टॉल करें