सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : যাৰ আবাস নাই
उदाहरण : সৰযু নদীত হোৱা ডাঙৰ বানপানীয়ে হাজাৰ হাজাৰ লোকক আশ্রয়হীন কৰিলে
पर्यायवाची : আবাসহীন, গৃহবিহীন, গৃহহাৰা, গৃহহীন, ঘৰ-বাৰীহীন, ঘৰহীন, থাকিবলৈ ঠাই নাইকিয়া-
अर्थ : যিজনক সহায় কৰিবলৈ কোনো নাই
उदाहरण : সুৰেন্দ্রদেৱে অসহায় লোকক সহায় কৰি থাকে
पर्यायवाची : অনাথ, অনাশ্রিত, অসহায়, নিঃসহায়, নিৰাশ্রয়, সম্বলহীন
अर्थ : যিয়ে কʼতো আশ্রয় পোৱা নাই
उदाहरण : এই সংস্থাটোৱে নিৰাশ্রয়ী লোকক আশ্রয় প্রদান কৰে
पर्यायवाची : অনাশ্রিত, নিৰাশ্রয়ী
इंस्टॉल करें