पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से আয়োজন शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

আয়োজন   বিশেষ্য

अर्थ : কোনো কাম ভালদৰে বা উচিত ধৰণে কৰা বা তাক সম্পূর্ণ কৰিবৰ কাৰণে আয়োজন কৰা কোনো কার্য

उदाहरण : বিয়াত কইনাঘৰীয়াই বহুত ভাল ব্যৱস্থা কৰিছিল

पर्यायवाची : ব্যৱস্থা

अर्थ : ব্যৱস্থা কৰা কার্য ্বা ভাব

उदाहरण : সকলো কামৰে ব্যৱস্থাপনা ভালদৰে হোৱা উচিত

पर्यायवाची : ব্যৱস্থাপনা, যা-যোগাৰ, যোগাৰ, সু-বন্দৱস্ত, সু-ব্যৱস্থা

अर्थ : কোনো কামৰ কাৰণে প্রথমৰে পৰা কৰা ব্যৱস্থা

उदाहरण : কৃষি মন্ত্রালয়ে এখন কৃষি-মেলাৰ আয়োজন কৰিছে

पर्यायवाची : বন্দৱস্ত, যা-যোগাৰ, যো-জা

अर्थ : আগতীয়াকৈ নিয়ম-শৃংখলাৰ মাজেৰে সংগঠিত কৰা অৱস্থা বা কাম:ব্যৱস্থাপনাৰ যোগেদি যিকোনো কামেই সহজে কৰিব পাৰি

उदाहरण :

पर्यायवाची : বন্দৱস্ত, ব্যৱস্থা, ব্যৱস্থাপনা

चौपाल