अर्थ : যাৰ ওপৰত অপৰাধৰ অভিযোগ অনা হৈছে
उदाहरण :
অভিযুক্ত ব্যক্তিজনক পুলিচে ধৰি লৈ গʼল
पर्यायवाची : অভিযুক্ত
अर्थ : যাৰ ওপৰত অভিযোগ কৰা হৈছে (অপৰাধ)
उदाहरण :
তেওঁৰ ওপৰত আৰোপিত অভিযোগ মিছা আছিল
अर्थ : লগোৱা বা জাপি দিয়া
उदाहरण :
জীয়েকৰ আৰোপিত কথাত ক্ষুন্ন হৈ তেওঁ আত্মহত্যা কৰিলে