सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : যাক বন্ধা হৈছে
उदाहरण : ৰামচৰিত মানসত তুলসীদাসে দোহা-চতুষ্পদীৰ ৰচনা আৱদ্ধ ছন্দত কৰিছে
पर्यायवाची : অমুক্ত, নিৱদ্ধ
अर्थ : আৱদ্ধ হৈ থকা
उदाहरण : পিঞ্জৰাৰ চৰাইবোৰৰ আৱদ্ধ স্থিতি দেখি পুতৌ হয়
पर्यायवाची : বন্ধ
अर्थ : যিটো ওলাব-সোমাব নোৱাৰা হৈ থাকে বা পথত বাধাৰ সৃষ্টি হয়
उदाहरण : সৌ বন্ধ নলাটো চাফা কৰি আছে
पर्यायवाची : অৱৰুদ্ধ, অৱৰোধিত, নিৰুদ্ধ, বন্ধ, বাধাগ্রস্ত, ৰুদ্ধ
इंस्टॉल करें