अर्थ : যিটো ঘৰ বা আবাসৰ সৈতে সম্বন্ধিত
उदाहरण :
আৱাসীয় সমস্যাবোৰ সমাধানৰ কাৰণে এটা সজাতি দল মাতি পঠিওৱা হৈছে
पर्यायवाची : আবাসীয়
अर्थ : থাকিবৰ বা বসতি কৰিবৰ কাৰণে বনোৱা
उदाहरण :
চহৰৰ পৰা দূৰৈৰ আৱাসীয় এলেকাত ভাড়াঘৰ সস্তাত পোৱা যায়