अर्थ : ইউৰোপৰ অধিবাসী
उदाहरण :
ভালেমান ইউৰোপীয় মোৰ ভাল বন্ধু
पर्यायवाची : ইউৰোপ বাসী, ইউৰোপ-বাসী, ইউৰোপিয়ান
अर्थ : ইউৰোপৰ বা ইউৰোপৰ সৈতে সম্বন্ধ থকা
उदाहरण :
ইউৰোপীয় দেশসমূহে বীট-পালেঙৰ পৰা চেনি প্রস্তুত কৰে
पर्यायवाची : ইউৰোপিয়ান