अर्थ : উত্তৰ-পূৱ আফ্রিকাৰ এখন দেশ
उदाहरण :
ইজিপ্তৰ পিৰামিড বিশ্ব প্রসিদ্ধ
पर्यायवाची : আৰব ৰিপাব্লিক অৱ ইজিপ্ত
अर्थ : ইজৰাইলৰ পশ্চিমত থকা এক প্রাচীন সাম্রাজ্য
उदाहरण :
মিচৰ নীল নদীৰ আশে-পাশে আছিল
पर्यायवाची : মিচৰ, মিচৰ সাম্রাজ্য